Japi Barakhunot Lage Oi Lyrics & Tabs by Zubeen Garg

Japi Barakhunot Lage Oi

guitar chords lyrics

Zubeen Garg

Album : Zubeen Manasor BihuPlayStop

বাতি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ বাঁহৰ চুঙাৰ দৈ ঐ বাঁহৰ চুঙাৰ দৈ জুহালতে জুতি লবি সাঁজৰ বাতি লৈ সাঁজৰ বাতি লৈ ঐ সাঁজৰ বাতি লৈ বাতি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ বাঁহৰ চুঙাৰ দৈ ঐ বাঁহৰ চুঙাৰ দৈ জুহালতে জুতি লবি সাঁজৰ বাতি লৈ সাঁজৰ বাতি লৈ ঐ সাঁজৰ বাতি লৈ বিয়া পাতি জুতি লবি জাৰৰ দিনত ঐ কেঠা কমবল লৈ ঐ কেঠা কমবল লৈ । পইতাখৰ পৰা খাবি জুতি পুতি লৈ জুতি পুতি লৈ ঐ জুতি পুতি লৈ দৰা বাছি বাছি থবি গাভৰুতে ঐ গাভৰুতে ঐ ঐ গাভৰুতে ঐ পইতাখৰ পৰা খাবি জুতি পুতি লৈ জুতি পুতি লৈ ঐ জুতি পুতি লৈ দৰা বাছি বাছি থবি গাভৰুতে ঐ গাভৰুতে ঐ ঐ গাভৰুতে ঐ । বিয়া পাতি জুতি লবি জাৰৰ দিনত ঐ কেঠা কমবল লৈ ঐ কেঠা কমবল লৈ । কেঠা কমবল লৈ ঐ কেঠা কমবল লৈ । মুঠি ভৰাই ফুল আনিবি জবা খৰিকা জাই জবা খৰিকা জাই ঐ জবা খৰিকা জাই । মোনা ভৰাই শাক অানিবি লফা ধেকিয়া লাই লফা ধেকিয়া লাই ঐ লফা ধেকিয়া লাই । মুঠি ভৰাই ফুল আনিবি জবা খৰিকা জাই জবা খৰিকা জাই ঐ জবা খৰিকা জাই । মোনা ভৰাই শাক অানিবি লফা ধেকিয়া লাই লফা ধেকিয়া লাই ঐ লফা ধেকিয়া লাই । ছোৱালী আনিবি ককাই তপিনা ডাঙৰ চাই তেহে বেছি দিন জাই ঐ তেহে বেছি দিন জাই । তেহে বেছি দিন জাই ঐ তেহে বেছি দিন জাই । লাজুকী বন নুচুবি ককাই চুলে জই পৰে চুলে জই পৰে ঐ চুলে জই পৰে । দমৰা ডেকাই ছোৱালী জোকোবি ডাহি মাৰি ফুৰে ডাহি মাৰি ফুৰে ঐ ডাহি মাৰি ফুৰে । লাজুকী বন নুচুবি ককাই চুলে জই পৰে চুলে জই পৰে ঐ চুলে জই পৰে । দমৰা ডেকাই ছোৱালী জোকোবি ডাহি মাৰি ফুৰে ডাহি মাৰি ফুৰে ঐ ডাহি মাৰি ফুৰে । বিয়া পতাৰ দুদিনতে কেলে শুকাই পৰে । অাধামৰা যেন লাগে ঐ অাধামৰা যেন লাগে । অাধামৰা যেন লাগে ঐ অাধামৰা যেন লাগে । অাধামৰা যেন লাগে ঐ অাধামৰা যেন লাগে ।


Like us on Facebook.....
-> Loading Time :0.0101 sec