O Bideshi Bondhu Lyrics & Tabs by Bhupen Hazarika

O Bideshi Bondhu

guitar chords lyrics

Bhupen Hazarika

Album : Geeti Maalika assam PlayStop

অ' বিদেশী বন্ধু
দুৰ্ভগীয়া
আজি কিয়নো বন্ধু

অকলশৰীয়া
প্ৰতিধ্বনি শুনো কান্দোনৰ
অ' বিদেশী বন্ধু
দুৰ্ভগীয়া
প্ৰেমৰ সাগৰে
জাহাজ মেলিলি
নাপালি কোনো বন্দৰ
সৰু চাকনৈয়াতে বন্দী হ'লি
হেৰুৱালি তোৰ লঙ্গৰ
অ' বিদেশী বন্ধু
দুৰ্ভগীয়া
আজি কিয়নো বন্ধু

অ' বিদেশী বন্ধু
দুৰ্ভগীয়া
আজি কিয়নো বন্ধু
অকলশৰীয়া
চিৰ সেউজতে
চামেলি দেখিলি
অতি মনোমুগ্ধকৰ
লিৰিকি বিদাৰি
সুগন্ধি লওঁতেই
চামেলি হ'লগৈ পৰ
অ' বিদেশী বন্ধু
দুৰ্ভগীয়া
আজি কিয়নো বন্ধু
অকলশৰীয়া

Like us on Facebook.....
-> Loading Time :0.0132 sec