Kalir Krishna Bole Deko Na Lyrics & Tabs by Bhupen Hazarika

Kalir Krishna Bole Deko Na

guitar chords lyrics

Bhupen Hazarika

Album : Bhupen Hazarika Ekkhana Megh Bhese Elo assam PlayStop

কলিৰ কৃষ্ণ বুলি নোজোকাবা
কৃষ্ণ কৃষ্ণ বুলি নোজোকাবা মোক
মইতো তোমাক আজি মতা নাই ৰাধা বুলি ।

কলিৰ কৃষ্ণ বুলি নোজোকোবা মোক
কলিৰ কৃষ্ণ বুলি ।।
ষোল্লশ গোপীও নাই
এইয়া কলিকাল
বিচাৰি তোমাকে পালোঁ
ভাগ্য ভাল
ভাগ্য ভাল বুলি
কলিৰ কৃষ্ণ বুলি নোজোকাবা
কৃষ্ণ কৃষ্ণ বুলি ।।
কাষতে লুইত আছে
যমুনাও বহু দূৰ
কাষতে লুইতহে আছে

কাষতে লুইত আছে
যমুনাও বহু দূৰ
কাষতে লুইতহে আছে
যমুনাও বহু দূৰ
বাঁহীও নবজাওঁ
নেজানোঁ কৃষ্ণসুৰ ।
ৰাসপূৰ্ণিমা নাই
এইয়া বিজুলীচাকি
নহ'বা অভিমানিনী
ৰজনী অলপহে বাকী
চোৱাঁ নয়ন মেলি
কলিৰ কৃষ্ণ বুলি নোজোকাবা
কৃষ্ণ কৃষ্ণ বুলি।।

Like us on Facebook.....
-> Loading Time :0.0076 sec